ব্যৱহাৰকাৰীৰ অনুৰোধ

নীতিৰ সবিশেষ

সালসলনিৰ সাৰণি
নীতিৰ যুক্তিযুক্ততা
Meta-ই প্ৰযোজ্য আইন আৰু আমাৰ সেৱাৰ চৰ্তাৱলী অনুসৰি একাউণ্ট আঁতৰোৱাৰ অনুৰোধৰ সঁহাৰি দিয়ে। আমি লাভ কৰা প্ৰতিটো অনুৰোধ সাৱধানে পৰ্যালোচনা কৰা হয় আৰু তাৰে কিছুমান অনুৰোধ নাকচ কৰা হ’ব পাৰে অথবা অতিৰিক্ত স্পষ্টীকৰণ বিচৰা হ’ব পাৰে।
আমি এয়া আঁতৰোৱাৰ বাবে কৰা অনুৰোধ মানি চলোঁ:
  • একাউণ্টৰ গৰাকীয়ে অনুৰোধ কৰিলে একাউণ্টসমূহ
  • কৰ্তৃত্বৰ প্ৰমাণ আৰু অক্ষমতা নিশ্চিত কৰা চিকিৎসা সম্পৰ্কীয় নথিপত্ৰৰ সৈতে কৰ্তৃত্বশীল প্ৰতিনিধিয়ে অনুৰোধ কৰিলে কোনো অক্ষম ব্যক্তিৰ একাউণ্টসমূহ
Policy Rationale
Meta responds to requests for account removal in accordance with applicable law and our terms of service. Each and every request we receive is carefully reviewed and may reject or require additional clarification for certain requests.
We comply with with requests for removal of: :
  • User requests for removal of their own account.
  • Requests for removal of a deceased user’s account from a verified immediate family member or executor.
  • Requests for removal of an incapacitated user’s account from an authorized representative.
  • Accounts when requested by the account owner
  • Accounts belonging to an incapacitated individual when requested by an authorized representative with Proof of Authority and medical documentation confirming incapacitation
ব্যৱহাৰকাৰীৰ অভিজ্ঞতাসমূহ
Facebook-ত লোকসকলে বলৱৎকৰণ কেনে দেখে তাৰ কেইটামান উদাহৰণ চাওক, যেনে: আপুনি Facebook-ত থাকিব নালাগে বুলি ভবা কিবা সমলৰ অভিযোগ কৰিলে, আপুনি আমাৰ সামূহিক মান্যতাসমূহ উলংঘন কৰিছে বুলি ক’লে আৰু কিছুমান সমলৰ ওপৰত সকীয়নি স্ক্ৰীণ দেখিলে সেয়া কেনেকুৱা দেখি।
টোকা: আমি সদায় উন্নত কৰি আছোঁ, গতিকে আপুনি ইয়াত যি দেখা পায় সেয়া আমি বৰ্তমান যি ব্যৱহাৰ কৰি আছোঁ তাৰ তুলনাত অলপ পুৰণি হ’ব পাৰে।
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগকৰণ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগ দিয়াৰ পাছত কৰা যোগাযোগ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
টেকডাউনৰ অভিজ্ঞতা
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
সকীয়নি স্ক্ৰীণ
বলৱৎকৰণ
Facebook-ত আমাৰ সমগ্ৰ বিশ্বত সকলোৰে বাবে একেই নীতি আছে।
পুনৰীক্ষণ দল
15,000-তকৈও অধিক পৰ্যালোচকেৰে গঠিত আমাৰ গোলকীয় দলটোৱে Facebook-ত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় কাম কৰে।
ষ্টেকহ’ল্ডাৰৰ লিপ্ততা
বাহিৰৰ বিশেষজ্ঞ, শিক্ষাবিদ, এনজিঅ’ আৰু নীতি নিৰ্মাতাই Facebook-ৰ সামূহিক মান্যতাসমূহৰ বিষয়ে জনোৱাত সহায় কৰে।
ব্যৱহাৰকাৰীৰ অনুৰোধৰ ক্ষেত্ৰত সহায় লওক
Facebook-ত আমাৰ সামূহিক মান্যতাসমূহৰ বিৰুদ্ধে যোৱা কিবা এটা দেখিলে আপুনি কি কৰিব পাৰে জানি লওক।
আমাৰ সহায় কেন্দ্ৰ চাওক