নাবালকৰ অতিৰিক্ত সুৰক্ষা

নীতিৰ সবিশেষ

সালসলনিৰ সাৰণি
আমি এয়া মানি চলোঁ:
  • কম বয়সৰ লোকৰ একাউণ্ট আঁতৰোৱাৰ অনুৰোধ।
  • যৌনতাবিহীন শিশু নিৰ্যাতনৰ ছবি আঁতৰোৱাৰ বাবে চৰকাৰী অনুৰোধ।
  • অনিচ্ছাকৃতভাৱে বিখ্যাত হোৱা নাবালকসকলৰ ওপৰত হোৱা আক্ৰমণ সম্বলিত ভিডিঅ’ আঁতৰাবলৈ আইনী অভিভাৱকৰ অনুৰোধ।
নিম্নোল্লিখিত সামূহিক মান্যতাসমূহৰ বাবে আমাক এয়া বলৱৎ কৰিবলৈ অতিৰিক্ত তথ্য আৰু/বা প্ৰসংগৰ প্ৰয়োজন:
কোনো ব্যৱহাৰকাৰী, চৰকাৰ, আইন বলৱৎকাৰী বা বাহ্যিক শিশু সুৰক্ষা বিশেষজ্ঞই অনুৰোধ কৰিলে কোনো নাবালকক চিনাক্ত কৰাৰ উদ্দেশ্যে আমি সমল আঁতৰাব পাৰোঁ যদিহে তাত নাবালকজনৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো বিপদাশংকা থাকে।
We comply with:
  • Requests for removal of an underage account
  • Government requests for removal of non-sexual child abuse imagery.depicting, for example, beating by an adult or strangling or suffocating by an adult
  • Legal guardian requests for removal of attacks on unintentionally famous minors
For the following Community Standards, we require additional information and/or context to enforce:
We may remove content created for the purpose of identifying a private minor if there may be a risk to the minor’s safety when requested by a user, government, law enforcement or external child safety experts.
We comply with:
  • Requests for removal of an underage account
  • Government requests for removal of child abuse imagery depicting, for example, beating by an adult or strangling or suffocating by an adult
  • Legal guardian requests for removal of attacks on unintentionally famous minors
For the following Community Standards, we require additional information and/or context to enforce:
We may remove content created for the purpose of identifying a private minor if there may be a risk to the minor’s safety when requested by a user, government, law enforcement or external child safety experts.
ব্যৱহাৰকাৰীৰ অভিজ্ঞতাসমূহ
Facebook-ত লোকসকলে বলৱৎকৰণ কেনে দেখে তাৰ কেইটামান উদাহৰণ চাওক, যেনে: আপুনি Facebook-ত থাকিব নালাগে বুলি ভবা কিবা সমলৰ অভিযোগ কৰিলে, আপুনি আমাৰ সামূহিক মান্যতাসমূহ উলংঘন কৰিছে বুলি ক’লে আৰু কিছুমান সমলৰ ওপৰত সকীয়নি স্ক্ৰীণ দেখিলে সেয়া কেনেকুৱা দেখি।
টোকা: আমি সদায় উন্নত কৰি আছোঁ, গতিকে আপুনি ইয়াত যি দেখা পায় সেয়া আমি বৰ্তমান যি ব্যৱহাৰ কৰি আছোঁ তাৰ তুলনাত অলপ পুৰণি হ’ব পাৰে।
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগকৰণ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
অভিযোগ দিয়াৰ পাছত কৰা যোগাযোগ
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
টেকডাউনৰ অভিজ্ঞতা
ব্যৱহাৰকাৰীৰ অভিজ্ঞতা
সকীয়নি স্ক্ৰীণ
বলৱৎকৰণ
Facebook-ত আমাৰ সমগ্ৰ বিশ্বত সকলোৰে বাবে একেই নীতি আছে।
পুনৰীক্ষণ দল
15,000-তকৈও অধিক পৰ্যালোচকেৰে গঠিত আমাৰ গোলকীয় দলটোৱে Facebook-ত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ সদায় কাম কৰে।
ষ্টেকহ’ল্ডাৰৰ লিপ্ততা
বাহিৰৰ বিশেষজ্ঞ, শিক্ষাবিদ, এনজিঅ’ আৰু নীতি নিৰ্মাতাই Facebook-ৰ সামূহিক মান্যতাসমূহৰ বিষয়ে জনোৱাত সহায় কৰে।
নাবালকৰ অতিৰিক্ত সুৰক্ষাৰ ক্ষেত্ৰত সহায় লওক
Facebook-ত আমাৰ সামূহিক মান্যতাসমূহৰ বিৰুদ্ধে যোৱা কিবা এটা দেখিলে আপুনি কি কৰিব পাৰে জানি লওক।
আমাৰ সহায় কেন্দ্ৰ চাওক